on

Assam TET 2021 পৰিৱেশ অধ্যয়নৰ Important 30 Question-- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


পৰিৱেশ অধ্যয়ন
১/ পৰিৱেশ শব্দটো কোনটো ফৰাচী শব্দ ৰ পৰা আহিছে?





  উত্তৰ= Environner


  2/ Environment ministers communique 2001 ত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে?
উত্তৰ= শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ ওপৰত।

   ৩/ ১৯৭২ চনত মানৱ পৰিৱেশ ৰ ওপৰত ক'ত আন্তজাৰ্তিক অধিৱেশন অনুস্থিত হৈছিল?
উত্তৰ= ছুইডেন।

   ৪/ আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইন খন কিমান চনত বলৱৎ কৰা হৈছিল?
উত্তৰ= ১৯৭২

   ৫/ বায়ুমণ্ডলত কাৰ্বন- ডাই- অক্সাইডৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ= ০.০৩

   ৬/ মহা - জৈৱ বিচিত্ৰতাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?
উত্তৰ= ১০ তম।

   ৭/ জীৱ,বায়ু,পানী আৰু মাটিৰ মাজত থকা শোষক চক্ৰক  কি চক্ৰ বোলে?
উত্তৰ= জীৱ - ৰাসায়নিক চক্ৰ ।

   ৮/ অক্সিজেন অবিহনে জীয়াই থাকিব পৰা জীৱ বিধ কি?
উত্তৰ= বেক্টেৰিয়া।

   ৯/ শব্দ ৰ প্ৰবলতা প্ৰকাশ কৰা একক টোৰ নাম কি?
উত্তৰ= ডেচিবেল।

   ১০/ ক্ল'ৰফ্ল'ৰ কাৰ্বনসমূহৰ জনপ্ৰিয় নাম কি?
উত্তৰ=CFC
 
   ১১/ মানৱ পৰিৱেশ ৰ ওপৰত হোৱা ষ্টকহোম আলোচনা সভাখন কিমান চনত   হৈছিল?
উত্তৰ= ১৯৭২ চনত

   ১২/ গ্ৰীণ হাউচ গেছ বোৰে প্ৰধান কি বিকিৰণ শোষণ কৰে?
উত্তৰ= অৱলোহিত ৰশ্মি।

১৩/ পানীৰ অনুজীৱ ধ্বংস কৰা পদ্ধতি টোক কি বোলে?
  উত্তৰ=পানীৰে নিৰ্বীজকৰণ ।

   ১৪/ পৰিৱেশ শিক্ষা দৰাচলতে শিকাৰ পৰিৱৰ্তে কিহৰ ওপৰত নিৰ্ভশীল?
উত্তৰ= অভিজ্ঞতাৰ ওপৰত।

   ১৫/ পৰিৱেশ শিক্ষা ৰ মূল লক্ষ্য কি?
উত্তৰ= ছাত্ৰ - ছাত্ৰী সকলে বাস কৰা পৃথিৱী খন ৰ লগত তেওঁলোকক অৱগত কৰোৱা।

   ১৬/ প্ৰমূল্য কি?
উত্তৰ= যি বোৰ বস্তুৱে পৰিৱেশ অধ্যয়ন ত বিশেষ ভাৱে প্ৰভাৱ পেলাই তাক প্রমূল্য বোলে।

   ১৭/ পৰিৱেশ শিক্ষাই শিশু ৰ কি উন্নতি ৰ ওপৰত গুৰুত্ব দিয়ে?
উত্তৰ= সকলো প্ৰকাৰৰ গুণ ৰ ওপৰত।

   ১৮/ আটাইতকৈ অপকাৰী অজৈৱ আৱৰ্জনা কি?
উত্তৰ= তেজস্ক্ৰিয় আৱৰ্জনা।

   ১৯/ নাবিকৰণযোগ্য সম্পদৰ এটা উদাহৰণ দিয়া।
উত্তৰ= পানী।

   ২০/ পানীৰ প্ৰধান উৎস কি ?
উত্তৰ= বৰষুণ।

   ২১/ সৌৰশক্তি ব্যৱহাৰ ৰ ফলত কি হয়?
উত্তৰ= প্ৰদূষণ।

  ২২/ বায়ুমণ্ডলত থকা প্ৰলম্বিত ধুলিকনাৰ পৰিমাণ জুখিবলৈ ব্যৱহৃত হোৱা এবিধ সঁজুলি ৰ নাম লিখা।
উত্তৰ= কনিমিটৰ।

   ২৩/কুইক ছিলভাৰ হ'ল ______।
উত্তৰ= পাৰা।

   ২৪/ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ' বিশ্ব প্ৰকৃতি চনদ ' কিমান চনত গ্ৰহণ কৰিছিল?
উত্তৰ=১৯৮২

   ২৯/ ' আন্তজাৰ্তিক পৃথিৱী গ্ৰহ বৰ্ষ ' কিমান চনত পালন কৰা হৈছিল?
উত্তৰ=২০০৮

   ৩০/পৰিৱেশ ৰ শিকন আৰু শিক্ষণ প্ৰক্ৰিয়া ৰ যি কোনো লক্ষ্য এটা লিখা।
উত্তৰ=পৰিৱেশ ৰ সমস্যা সমূ্হৰ বিষয়ে অৱগত কৰোৱা।