on

Assam TET 2019 Important 32 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ



১/ অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?
উত্তৰ= আৰ্য ।
  
   ২/ শ্ৰী মন্ত শংকৰ দেৱে তেখেতৰ নাট সমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল?
উত্তৰ- ব্ৰজাৱলী।


   ৩/ অসমীয়া ভাষা টোক কোনে কিমান চনত অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?
উত্তৰ- ১৯৭২ চনত চাৰ জৰ্জ কেম্পবেল ।
    ৪/ কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰ- ১৯৬০ চনত।
   ৫/পশ্চিম অসমত অসমীয়া ভাষা টো কি ভাষাৰূপে পৰিগণিত?
উত্তৰ- কামৰূপী ।
  ৬/প্ৰথম অসমীয়া উপন্যাস  ভানুমতী কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ- ১৯৯০
   ৭/অসমীয়া ভাষা লিখনিত  Short Hand পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ- ফণী শৰ্মা।
    ৮/ অসমীয়া সাহিত্যৰ 'ৱাল্টাৰ স্কট' বুলি কাক আখ্যা  দিয়া হয়?
উত্তৰ= ৰজনীকান্ত বৰদলৈ।
   ৯/ অসমৰ মুখ্য ভাষা কি?
উত্তৰ= অসমীয়া
  ১০/ অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন?
উত্তৰ= শ্ৰী মন্ত শঙ্কৰদেৱ।
   ১১/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম কাব্যগ্ৰন্থ খনৰ নাম কি?
উত্তৰ= যতীন্দ্ৰ নাথ দুৱৰাৰ ' বনফুল ' (১৯৫৫)
   ১২/অসমীয়া ভাষা,সাহিত্য আৰু সংকৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি?
উত্তৰ= অসম সাহিত্য সভা।
   ১৩/ ' ৰামায়ন ' কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ=মাধৱ কন্দলী।
   ১৪/ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি ?
উত্তৰ= বীণ বৰাগী ।
   ১৫/ অসমীয়া ভাষাত বৰ্তমান লৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যক গৰাকী কোন?
উত্তৰ= ৰঞ্জু হাজৰিকা।
   ১৬/ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
  উত্তৰ= চৰিত পুথি।
   ১৭/ প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম কি?
উত্তৰ= ধৰ্ম - পুস্তক' (১৮১৩)
    ১৮/ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ= খ্ৰীষ্টিয় নৱম - দশম শতিকাত।
    ১৯/ অসমীয়া ভাষাত প্ৰথম  প্ৰকাশিত ' ডাইজেষ্ট' আলোচনী খনৰ নাম কি?
উত্তৰ= সংগম।
   ২০/ কোনে কেতিয়া অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?
উত্তৰ= ১৮৫০ চনত এলিজা ব্ৰাউনে
   ২১/ অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয় ৰ ফলত গঢ় লৈ উঠিছিল?
  উত্তৰ= মাগধী,প্ৰাকৃত, আৰ্য্যত্তৰ ভাষা সমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয় ৰ ফলত ।
   ২২/পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল?
উত্তৰ= টাই ভাষাৰ।
   ২৩/ হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?
উত্তৰ= চিত্ৰ ভাগৱত।
   ২৪/ মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটি উদাহৰণ দিয়া।
উত্তৰ=  পালি ভাষা।
   ২৫/ প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ দিয়া।
উত্তৰ= বৈদিক ভাষা আৰু সংস্কৃত ভাষা।
    ২৬/ কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোন ঠাইত প্ৰচলিত আছিল?
উত্তৰ= বিহাৰৰ পূৰ্নিয়া জিলা ।
    ২৭/ মান্য ভাষাৰ সৃষ্টি হয় ____________।
উত্তৰ= উপভাষাৰ পৰা।
    ২৮/ অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙনি যোগোৱা ভাষাটো কি?
  উত্তৰ= বড়ো।
   ২৯/ ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা?
উত্তৰ= তিনিটা।
   ৩০/ অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজক জন কোন?
উত্তৰ= হিউৱেনচাং ।
    ৩১/ ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয়।
উত্তৰ = সাহিত্যিকে ।
    ৩২/আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?
উত্তৰ= নৰকাসুৰ ।