on

Assam TET 2021 Important 40 Questions & Answers - Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

 Assam TET 2021 Important 40 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


PEDAGOGY (শিক্ষণ বিজ্ঞান)

1. Persona শব্দৰ অর্থ হৈছে -

A. মুখ

B. সুগন্ধিৰ নাম

C. ব্যক্তিত্ব

D. ব্যক্তি

Answer :A



2. সমাযোজন বুলিলে বুজি পাওঁ-

A. সকলো লোকৰ বাবে মুখামুখী হোৱা অৱস্থা

B. সকলো লোকৰ বাবে মুখামুখী আৰু গ্রহণ কৰিবলগীয়া অবস্থা

C. সকলো লোকৰ বাবে হোৱা পৰিবর্তন

D. সকলো লোকৰ বাবে হোৱা পৰিবেশ


Answer :B


3. বংশগতি হৈছে -

A. বংশানুক্রমে পৰিচালিত জৈবিক গুণ, বিভূতি

B. বংশৰ চৰিত্র

C. বংশগতিৰ উপাদান

D. ওপৰৰ আটাইকেইটা

Answer :A


4. Zoological Philosophy ৰ ৰচক-

A. কেণ্ডলি

B. ডাৰউইন

C. লেমার্ক

D. ডুগডেল

Answer :A


5. Hereditary Fenius ৰ ৰচক -

A. মেণ্ডেল

B. ডাৰউইন

C. গেল্টন

D. ৰুছো

Answer :C


6. ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-

A. ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত

B. ১৯৮৫ চনৰ ১০ ছেপ্তেম্বৰত

C. ১৯৬৭ চনৰ ২০ ছেপ্তেম্বৰত

D. ১৯৬৭ চনৰ ১০ ছেপ্তেম্বৰত

Answer :A


7. এটা বয়সত নৈতিক আৰু আদর্শগত হোৱাটো কঠিন-

A. ইয়াৰ বাবে কঠোৰ শ্রমৰ আৱশ্যক

B. সাম্প্রতিক সামাজিক পৰিবেশত ই সম্ভব নহয়

C. প্রত্যেক খোজতে সমস্যাৰ আহে

D. নৈতিকতা আৰু আদর্শ কেৱল কিতাপৰ কথা


Answer :C


8. স্কুলত কটকটীয়া অনুশাসন থকা উচিত-

A. স্কুলত সহশিক্ষা পদ্ধতি থাকে

B. অনুশাসনে ছাত্র-ছাত্রীক সুনাগৰিক কৰি তোলে

C. অনুশাসনত শিশুৱে ভালদৰে পঢ়িব পাৰে

D. অনুশাসন মানি চলা শিশুৱে হুলস্থুল নকৰে

Answer :B


9. শিশুৰ সমস্যাৰ উপাদান হ'ল-

A. খোৱাৰ সমস্যা

B. লিখিব জনা

C. বেমাৰ নোহোৱা

D. ওপৰৰ এটাও নহয়

Answer :A


10. পৰমসংহ প্রক্রিয়া হ'ল-

A. মনৰ নৈতিক আৰু ন্যায়িক আদর্শ

B. মনৰ ইচ্ছা শক্তি

C. মনৰ অনুভব

D. মনৰ বিভুতি

Answer :A

11. তলৰ কোনটো মুল্যবোধৰ উৎস নহয় ?

A. আমাৰ সংবিধান

B. ভাৰতীয় সংস্কৃতি

C. ভাভতীয় ধর্মসমুহ

D. বেংক

Answer :D


12. সামাজিক বংশগতি হ'ল-

A. মানুহে পৰিচয় দিয়া গুণ

B. ব্যক্তিয়ে নিজৰ পৰিচয় দিয়া সামাজিক গুণ

C. ব্যক্তিয়ে পৰিচয় দিয়া নিজৰ গুণ

D. ব্যক্তিয়ে পৰিচয় দিয়া বংশৰ গুণ

Answer :B


13. "Objective Test Personality" ৰ সর্বপ্রথম বিকাশ হয়-

A. ভাৰতত

B. আমেৰিকাত

C. জেনেভাত

D. চীনত

Answer :B


14. স্কুলত নির্বাচন পতা উচিত, কাৰণ-

A. ভাৰত এখন গণতান্ত্রিক দেশ

B. ডাঙৰ শিশুবোৰে নির্বাচনত অংশগ্রহণ কৰিব

C. তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব

D. নির্বাচনত শিক্ষকে মুখ্য ভূমিকা লব

Answer :C


15. সাম্প্রতিক পৰিস্থিতিত শিক্ষাৰ শুদ্ধ গঠন হ'ল

A. সহশিক্ষা

B. কাৰিকৰী শিক্ষা

C. নৈতিক আৰু আদর্শগত শিক্ষা

D. এটাও নহয়

Answer :B


16. তলৰ কোনটো বিদ্যালয় প্রধানৰ গুণাৱলীৰ ভিতৰুৱা নহয় ?

A. নেতৃত্বদানৰ ক্ষমতা

B. অনুশাসনপ্রিয়তা

C. পাণ্ডিত্য আৰু আত্মসংযমী

D. কেৱল সমাজ সেৱা

Answer :D


17. ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনত তলৰ কোনখন বিদ্যালয়ত স্থাপন হৈছিল ?

A. আদর্শ জাতীয় বিদ্যালয়

B. নবোদয় বিদ্যালয়

C. বুনিয়াদী বিদ্যালয়

D. মহর্ষি বিদ্যালয়

Answer :B


18. 'কর্মৰ মাজেৰে শিক্ষণ পদ্ধতি'ৰ জনক হৈছে -

A. ৰুছো

B. হার্বাট

C. এৰিষ্টটল

D. ওপৰৰ কোনো এটা নহয় ।

Answer :A


19. শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-

A. উদৰ ঘোষণাপত্রত

B. কোঠাৰী আয়োগৰ পৰামর্শত

C. হাণ্টাৰ আয়োগৰ প্রতিবেদনত

D. ভাৰতীয় শিক্ষা আয়োগৰ প্রতিবেদনত

Answer :A


20. কাক শিক্ষা মনোবিজ্ঞানীকৰণৰ গুৰি ধৰোতা হিচাপে স্বীকৃতি দিয়া হয় ?

A. পেষ্টালজীক

B. ৰুছোক

C. মেগডুগলক

D. ৱাটচনক

Answer :A


Environmental Science (পৰিৱেশ বিজ্ঞান )

 1. মিজোৰামৰ উচ্চতম পর্বত কি ?


A. জেপভো

B. নীল পর্বত

C. পাটকাই

D. বৰাইল


Answer :B




2. পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?


A. আন্নামালাই

B. নীলগিৰী

C. পলঘাট

D. কার্ডামম পাহাৰ


Answer :B



3. ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি ?


A. গুজৰাট

B. মহাৰাষ্ট্র

C. কেৰালা

D. তামিলনাডু


Answer :A



4. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?


A. দিল্লী

B. হাৰিয়ানা

C. মহাৰাষ্ট্র

D. ৰাজস্থান


Answer :C



5. ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –


A. বিছপ

B. এলিফেণ্টো

C. গাৰচোল্লা

D. এটাও নহয়


Answer :C


6. ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন ?


A. বিহাৰ

B. নাগালেণ্ড

C. ঝাৰখণ্ড

D. অৰুণাচল প্রদেশ


Answer :A



7. ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?


A. চিকিম


B. গোৱা


C. মিজোৰাম


D. অৰুণাচল প্রদেশ


Answer :D



8. ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?


A. কন্যাকুমাৰী


B. আন্দামান


C. নিকোবৰ


D. পিগ্‌মেলিয়ন


Answer :D



9. ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?


A. চণ্ডীগড়


B. দমন, দিউ


C. পণ্ডিচেৰী


D. লাক্ষাদ্বীপ


Answer :D



10. ১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?


A. বোম্বাই


B. নাগপুৰ


C. মাদ্রাজ


D. কলিকতা


Answer :C



11. ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?


A. উৰিষ্যা


B. অন্ধ্রপ্রদেশ


C. মধ্যপ্রদেশ


D. উত্তৰপ্রদেশ


Answer :B



12. তলৰ কোনখন মালভূমি খনিপ্রধান অঞ্চল হিচাপে বিশ্ব বিখ্যাত ?


A. শ্বিলং


B. মালৱা


C. ছোটনাগপুৰ


D. দাক্ষিণাত্য


Answer :C



13. ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ?


A. কেৰালা


B. অসম


C. কর্ণাটক


D. হিমাচল প্রদেশ


Answer :A



14. ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটো কি ?


A. শ্রী লংকা


B. আন্দামান নিকোবৰ


C. মাদাগাস্কাৰ


D. মৰিচাছ


Answer :C



15. ভাৰতৰ কোন ঠাইত নিস্কলংক তীখা প্রস্তুত কৰা হয় ?


A. জামছেদপুৰ


B. দুর্গাপুৰ


C. খড়্গপুৰ


D. ৰায়পুৰ


Answer :B

16. তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?


A. বাংগালোৰ


B. বিশাখাপট্টনম


C. বিশাখাপট্টনম


D. ত্রিবান্দম


Answer :C



17. লাইন অব কণ্ট্রল ক’ত অবস্থিত ?


A. পাক-ভাৰত সীমান্তত


B. চীন-ভাৰত সীমান্তত


C. ভুটান-ভাৰত সীমান্তত


D. নেপাল-ভাৰত সীমান্তত


Answer :A



18. লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?


A. পাক-ভাৰত সীমান্তত


B. চীন-ভাৰত সীমান্তত


C. ভুটান-ভাৰত সীমান্তত


D. নেপাল –ভাৰত সীমান্তত


Answer :B



19. তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে ?


A. উৰিষ্যা


B. মধ্যপ্রদেশ


C. বিহাৰ


D. ত্রিপুৰা


Answer :C



20. তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয় ?


A. মুম্বাই


B. বাংগালুৰু


C. কলকাতা


D. পাটনা


Answer :B


Assam TET Online Mock Test Link : Click Here