on

Assam TET 2019 Important 37 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

Assam TET 2019 Important 37 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১/ লক্ষ্মীনাথ বেজবৰুৱাক তলৰ কোন জন ব্যক্তিয়ে  ৰসৰাজ উপাধি প্ৰদান কৰিছিল ?

A- হেম বৰুৱা
B- চন্দ্ৰকুমাৰ আগৰৱালা
C- ৰঘুনাথ চৌধাৰী
D- নগেন্দ্ৰ নাৰায়ন চৌধুৰী
Ans= D



   ২/ কীৰ্তনঘোষা কোনে ৰচনা কৰিছিল?
A-মাধবদেৱ
B-চন্দ্ৰ কুমাৰ আগোৰৱালা
C-শঙ্কৰদেৱ
D-হেমচন্দ্ৰ বৰুৱা
Ans- C
   ৩/ নামঘোষাৰ ৰচক কোন?
A-মহেন্দ্ৰকন্দলী
B-জ্যোতিপ্ৰসাদ
C-শঙ্কৰদেৱ
D- মাধৱদেৱ
Ans- D
   ৪/ নামঘোষাৰ আন এটা নাম কি?
A-পত্ৰঘোষা
B-ৰামঘোষা
C-এহেজাৰীঘোষা
D-অশ্বঘোষা
Ans- C
   ৫/ইয়াণ্ডাবু সন্ধি হৈছিল____________।
A-১৮২৬ চনৰ ফেব্রুয়াৰী  B-১৭২৬ চনৰ ফেব্রুয়াৰী
C-১৯২৬ চনৰ ফেব্রুয়াৰী D-১৮২৬ চনৰ মাৰ্চ।
Ans- A
    ৬/ প্ৰশ্ন:- ছাত্ৰ ছাত্ৰীক হোমৱৰ্ক দিয়াৰ উদ্দেশ্য?
A- হাতৰ আখৰৰ পৰীক্ষা কৰাৰ বাবে।
B-  পাঠ মনত ৰখাৰ বাবে।
C- শিক্ষণৰ প্ৰতি অভিৰোচন বৃদ্ধিৰ বাবে।
D- পঢ়া মুখস্থ কৰাৰ বাবে।
Ans- C
   ৭/ প্ৰশ্ন: 'ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান' কিমান চনৰ পৰা মুকলি কৰা হয়?
A-1992  
B-2002
C-2009
D- 2013
Ans- C
   ৮/ গীতাত কেইটা অধ্যায় আছে?
A- সাতটা
B- পাঁচটা
C- তেৰটা
D- ১৮টা
Ans- D
   ৯/ আটাইতকৈ অপকাৰী অজৈৱ আৱৰ্জনা কি ?
A-গোবৰ
B-প্লাষ্টিক
C-দূষিত পানী
D-তেজষ্ক্ৰিয় আৱৰ্জনা
Ans- D
   ১০/ শ্ৰেণী কোঠাৰ শিক্ষা ফলপ্ৰসূ কৰিবলৈ তলৰ কোনটো আটাইতকৈ প্ৰয়োজনীয়?
A- পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ
B- শিক্ষকৰ ব্যক্তিত্ব
C- উপযুক্ত শিক্ষণ প্ৰণালী প্ৰয়োগ
D- ছাত্র ছাত্ৰী অধ্যয়ন সামগ্ৰী যোগান
Ans- C
   ১১/ তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?
A- কলেৰা
B-  কুষ্ট
C- যক্ষ্মা
D- বৰ্নান্ধতা
Ans- D
   ১২/ হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?
A- ভাস্কৰ্য্য
B- নলা- নৰ্দমা পদ্ধতি
C- নগৰ পৰিকল্পনা
D- বাগিচা
Ans- C
  ১৩) মেঘদূত লিখিছিল –
A- কৌটিল্যই
B- কালিদাসে
C- বৰাহমিহিৰে
D- কলহণে
Ans - B
  ১৪/ হৰপ্পাসকলৰ বাণিজ্যক সম্পৰ্ক আছিল –
A-  ইৰাণ আৰু আফগানিস্থানৰ লগত
B- চীন আৰু ইৰাকৰ লগত
C- ইজিপ্ত আৰু জাপানৰ লগত
D- জাপান আৰু চীনৰ লগত
Ans- A
   ১৫/ লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল –
A- জমিদাৰী প্ৰথা
B- মনছবদাৰী প্ৰথা
C- মহলদাৰী প্ৰথা
D- ওপৰৰ এটাও নহয়
Ans- A
   ১৬/ আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় –
A- উলেমা
B- চুফি
C- মৌলবী
D- হাদিছ
Ans- B
   ১৭/ আমিৰ খুশ্রুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল –
A- চেতাৰ
B- সৰোদ
C- টেৱেল
D- বাঁহী
Ans- A
১৮/ পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল –
A- মনু
B- বৃহস্পতি
C- আৰ্যভট্ট
D- চড়ক
Ans- C
   ১৯/ অজন্তাৰ চিত্ৰ ভাস্কৰ্য্যই বৰ্ণনা কৰিছে –
A- হিন্দুধৰ্মৰ কথা
B- বৌদ্ধ ধৰ্মৰ কথা
C- জৈনধৰ্মৰ কথা
D- মুছলিমৰ কথা
Ans- B
২০/ অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?
A- মগধ
B- মৌৰ্য
C- নন্দক
D- চাকিয়ান
Ans- B
   ২১/ জাতিভেদ প্ৰথাৰ ভিত্তি আছিল –
A- জন্ম
B- ধৰ্ম
C- বিশ্বাস
D- কৰ্ম
Ans- D
   ২২/ জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল?
A- পোন্ধৰ শতিকাত
B- দশম শতিকাত
C- চতুৰ্থ শতিকাত
D- দ্বাদশ শতিকাত
Ans- D
   ২৩/ ইংৰাজী 'Interest' শব্দটো আহিছিল-
A- গ্রীক ভাষাৰ পৰা।
B- জাৰ্মান ভাষাৰ পৰা।
C- লেটিন ভাষাৰ পৰা।
D- ইংৰাজী ভাষাৰ পৰা।
Ans- C
   ২৪/প্ৰশ্ন:- শিশুকালত শিশুৰ কোনটো অভ্যাস বেছিকৈ দেখা পোৱা যায়-
A- অধ্যায়ন
B- অনুকৰণ
C- যুজঁ-বাগৰ
D- ওপৰৰ এটাও নহয়।
Ans- B
   ২৫/ গায়ত্ৰী মন্ত্ৰৰ ৰচক কোন ?
A- অত্ৰি ঋষি,
B- ভৰদ্বাজ ঋষি,
C- বিশ্বমিত্ৰ ঋষি,
D- বাল্মীকি,
Ans- C
   ২৬/গৰুৰ প্ৰিয় খাদ্য কি
A-  তুহ
B- ঘাহ
C- শুকান খেৰ
D- কলৰ পচলা
Ans- C
   ২৭/"চাৰি বছৰীয়া ৰামক ব্যাকৰণ শিকোৱা নহয় "-- ইয়াত শিক্ষণৰ কোনটো নীতি জৰিত আছে?
A- ফলাফল নীতি
B- অনুশীলন নীতি
C- প্ৰস্তুতিৰ নীতি
D- ব্যৱহাৰ নীতি
Ans- C
   ২৮/অসমত প্ৰথম চাহ খেতিয়কজন কোন
A- মণিৰাম দেৱান
B- জগন্নাথ বৰুৱা
C- আন্না হাজাৰে
D- মেধা পাটেকাৰ
Ans- A
   ২৯/ শিক্ষক এগৰাকীয়ে শিক্ষাৰ পূৰ্বৱতী স্তুৰত কি কৰে?
A- অভ্যাস
B- পাঠ পৰিকল্পনা
C- শেণীকোঠা পৰিদৰ্শন।
Ans- B
   ৩০/ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম হল-
A- অৰুনোদয় 
B- বেংগল গেজট
C- দ্য টাইমচ অফ ইন্ডিয়া
D- অগ্ৰদূত।
Ans- B
   ৩১/ তলৰ কোনটো সামাজিকৰণৰ প্ৰাথমিক মাধ্যম
A- পৰিয়াল
B- বিদ্যালয়
C- চৰকাৰ
D- সংবাদ মাধ্যম
Ans- A
   ৩২/ দুটা বিন্দুৰ মাজেদি  ........ ৰেখা টানিব পাৰি ( খালি ঠাই পূৰ কৰা)
A- এটা
B- দুটা
C- অসংখ্য
D- ওপৰৰ এটাও নহয়
Ans- A
   ৩৩/ কিণ্ডাৰগাৰ্টেন শিক্ষাব্যৱস্থা উদ্ভাৱন কৰিছিল-
A- ৰুছো
B- পেষ্ট্ৰালজি
C- ফ্ৰৱেল
D- হাৰ্বাট
Ans- C
   ৩৪/ ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে?
A- ডাঙৰকৈ
B- সৰুকৈ
C- বুজি পোৱাকৈ
D- সঠিকভাৱে
Ans- D
   ৩৫/ মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে?
A- সৌন্দৰ্য্যবোধ
B- ৰুচিবোধ
C- ভাতৃত্ববোধ
D- হীনমন্যবোধ
Ans- B
   ৩৬/ মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰ প্ৰাপ্ত গ্ৰন্থ হ'ল-
A- সাৱিত্ৰী
B- গীতাঞ্জলি
C- মৃত্যুঞ্জয়
D- গোৰা
Ans- B
   ৩৭/"প্ৰশ্ন সোধা বয়স" বুলি তলৰ কোনটো বিকাশৰ স্তৰত পৰে?
A- বাল্যকাল
B- কৈশোৰ কাল
C- শৈশৱ কাল
D- প্ৰপ্তবয়স্ক কাল
Ans- C