on

Assam TET History 30 Important Question- Assam TET ইতিহাস বিষয়ৰ 30 প্ৰশ্নোত্তৰ

ইতিহাস

১/ কেতিয়া আহোম শাসন আৰম্ভ হৈছিল?
উত্তৰ= ১২২৮

   ২/কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল?
উত্তৰ= ৰজা সন্ধ্যা ।

   ৩/দিহিং ৰজাৰ প্ৰকৃত নাম কি?
উত্তৰ= চুহুংমুং ।

   ৪/কোন স্বৰ্গদেউত্তৰ ৰ সময়ত প্ৰথমে মোৱামৰীয়া যুদ্ধ হৈছিল?
উত্তৰ= ৰাজেশ্বৰ সিংহ।

   ৫/পাল বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ=ব্ৰহ্মপাল ।

   ৬/কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল?
উত্তৰ=১৫৮১

   ৭/সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজা জনৰ নাম কি আছিল?
উত্তৰ= বখতিয়াৰ খিলজী ।

   ৮/কছাৰী ৰাজ্য ক'ত আছিল?
উত্তৰ= দিখৌৰ পৰা কলংলৈ।

   ৯/অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন?
উত্তৰ= পিয়লি ফুকন।

   ১০/ আহোম প্ৰথা মতে হোৱা বিবাহক  কি বুলি কোৱা হয়?
উত্তৰ= চকলং

   ১১/নৰকাসুৰে কাক বিয়া কৰাইছিল?
উত্তৰ= বিদৰ্ভ ৰাজকুমাৰী মায়া ক।

   ১২/প্ৰথম আহোম স্বৰ্গদেউত্তৰ কোন আছিল?
উত্তৰ= চুকাফা ।

   ১৩/কোচ ৰজা ৰঘূদেৱৰ জীয়েকৰ নাম কি আছিল?
উত্তৰ= শংকলা ।

   ১৪/নৰনাৰায়ণৰ আছল নাম কি ?
উত্তৰ= মল্লদেৱ ।

   ১৫/ কামৰূপ ৰ প্ৰথম ৰজা জনৰ নাম কি আছিল?
উত্তৰ= মহীৰংগ দানৱ।

   ১৬/আহোম ৰজাৰ পতনৰ কাৰণ কি?
উত্তৰ= গৃহকল ।

   ১৭/ভগনীয়া ৰজা কোন আছিল?
উত্তৰ=জয়ধ্বজ

   ১৮/ অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল?
উত্তৰ= ১৮৬১

   ১৯/ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ= প্ৰমত্ত সিংহ ।

   ২০/কুশল কোঁৱৰ ক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ=১৯৪৩ চনত।

   ২১/ৰত্নৱলী ৰ লিখক কোন?
উত্তৰ= শ্ৰী হৰ্ষ ।

   ২২/নৰকাসুৰে প্ৰতিস্থা কৰা বংশ টোৰ নাম কি আছিল?
উত্তৰ=ভৌম ।

   ২৩/কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মান কৰিছিল?
উত্তৰ=নৰকাসুৰ ।

   ২৪/খোৰা ৰজা কোন আছিল?
উত্তৰ= চুখ্ৰাংফা ।

   ২৫/আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ=৫৯৮

   ২৬/শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ=১৬৭১

   ২৭/কেতিয়া আহোম শাসন আৰম্ভ হৈছিল?
উত্তৰ=১২২৮

   ২৮/কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
উত্তৰ= হিড়িম্বাপুৰ ।

   ২৯/অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল?
উত্তৰ= মণিৰাম দেৱান

   ৩০/আহোম ৰ শেষ স্বাধীন ৰজাজন ৰ নাম কি?
উত্তৰ=চন্দ্ৰকান্ত ।