on

Assam TET 2021 EVS Important 20 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

Assam TET 2019 EVS Important 20 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰAssam TET 2021 EVS Important 20 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ




১/ নাইট্রাছ অক্সাইড ৰ প্ৰভাৱত কি হ'ব পাৰে?

A. বৰষুণ

B. ধুমুহা

C. বা- মাৰলি

D. অম্ল বৰষুণ

Ans-D



২/ আয়'ডিনৰ অভাৱত কি ৰোগ হয়?

A. গৰল

B. কুকুৰী কণা

C. ডায়েৰিয়া

D. থাইৰয়ড

Ans- A


৩/ পৰ্ণপাতী বনাঞ্চল ত পোৱা এবিধ মূল্যৱান গছ হৈছে-

A. কদম গছ

B. আম গছ

C. শাল গছ

D. বট গছ

Ans- C


৪/ দেহত আইৰণৰ অভাৱত হোৱা ৰোগ বিধ কি?

A. এনকেফেলাইটিছ

B. এনিমিয়া

C. গলগণ্ড

D. মধুমেহ

Ans- b


৫/ পৰুৱাবোৰ -

A. পৰপোষী

B. তৃণভোজী

C. মৃতভোজী

D. মাংস ভোজী

Ans- c


৬/ নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?

A. বায়'ম

B. স্থিৰ জলজ

C. প্ৰবাহমান জলজ

D. সামুদ্ৰিক

Ans- c


৭/ কোন বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকাতাপন্ন হৈছে,?

A. স্তন্যপায়ী

B. মৎস্য

C. সৰীসৃপ

D. পক্ষী

Ans- c


  ৮/ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন?

A. Dr. M.S. Swaminathan

B. C.V. Raman

C. Dr. Jagdish Chandra  bashu

D. R. Bhenkatswami

Ans- a


  ৯/ ' smog'  কি?

A. নগৰ এখনত হঠাতে হোৱা বৰষুণ

B. ধূলিৰ ধুমুহা

C. নগৰ অঞ্চলত ধোঁৱা ৰ সৈতে মিশ্ৰিত কুঁৱলী

D. ধূলি আৰু ধোৱা ৰ সমষ্টি

Ans- c


  ১০/ পুষ্টি হীনতাৰ কাৰণ কি?

A. প্ৰ'টিনৰ অভাৱ

B. সন্তুলিত আহাৰৰ অভাৱ

C. ভিটামিন ৰ অভাৱ

D. খনিজ লৱনৰ অভাৱ

Ans- b


 ১১/ সৰ্পগন্ধা কি?

A. এবিধ গোন্ধ থকা সাপ

B. এবিধ বনৌষধি

C. এবিধ সাপ ৰ দৰে লতা

D. এবিধ লুপ্ত উদ্ভিদ

Ans- b


১২/ কোনটো উৎস ৰ পৰা মিথেন গেছ পোৱা নাযায়?

A. ধাননি পথাৰ

B. গৰু ৰ গাখীৰ

C. পশুধনৰ পচন প্ৰক্ৰিয়া

D. পেলনীয়া জাৱৰৰ দ'ম

Ans- b


১৩/ মহা জৈৱ বৈচিত্ৰ্য ৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি?

A. পঞ্চম

B. দশম

C. একাদশ

D. নৱম

Ans- b


১৪/ কাগজ কলত কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়?

A. পচা বাঁহ

B. আৱৰ্জনা

C. সিলিকেট

D. পাৰা

Ans- d


১৫/ এয়াৰ'ছল কি?

A. বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা

B. বায়ুত ওপঙি থকা ধূলিৰ কণিকা

C. বায়ুত ওপঙি থকা পানীৰ কণিকা

D. বায়ুত থকা ডাঙৰ অণু

Ans- a


১৬/ ঔদ্যোগিক বিপ্লৱ কোন শতিকাত হৈছিল?

A. সোতৰ

B. ওঠৰ

C. উনৈশ

D. বিশ

Ans- b


  ১৭/ কি গেছৰ কাৰণে অম্ল বৰষুণ পৰে?

A. নাইট্ৰ'জেন অক্সাইড আৰু কাৰ্বন মনক্সাইড

B. চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড

C. কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড

D. চি এফ চি আৰু হাইড্ৰ'জেন ক্লাৰাইড

Ans- b


১৮/ হিউমাছ কি?

A. এজাতিৰ মানুহ

B. আৰ্দ্ৰতাৰ এটা অৱস্থা

C. মাটিৰ ওপৰৰ বালি ভাগ

D. মাটিত থকা মুগা বৰণৰ এই অংশ ই মাটি সাৰুৱা কৰে

Ans- d


১৯/ বহুতো সম্প্ৰদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বোলে?

A. পৰিস্থিতি তন্ত্ৰ

B. বায়'ম

C. জৈৱ মণ্ডল

D. নিচি

Ans- b


  ২০/ আটাইতকৈ বেছি পৰিমাণ ৰ পৰিষ্কাৰ পানী ক'ত  পোৱা যায়?

A. মেৰুৰ বৰফ আৰু হিমবাহ

B. নদী

C. সাগৰ - মহাসাগৰ

D. হ্ৰদ