
সমাজ বিজ্ঞান
1) প্ৰশ্ন : বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী সমূহক কি বুলি কোৱা?
উত্তৰ : জাতকৰ কাহিনী।
2) প্ৰশ্ন : বোমা বস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল?
উত্তৰ : শ্ৰীপেৰামবুদুৰ (তামিলনাডু)।
3) প্ৰশ্ন : ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি?
উত্তৰ : পক্ প্ৰণালী।
4) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী-মূৰ্খ ৰজা বুলি কোৱা হয়?
উত্তৰ : মহম্মদ বিন টোঘলক।
5) প্ৰশ্ন : মানুহৰ প্ৰথম বাহন কি?
উত্তৰ : জন্ত।
6) প্ৰশ্ন : কৃষি কাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো?
উত্তৰ : চিকাৰ।
7) প্ৰশ্ন : প্ৰাচীন ভাৰতৰ মহাকব্য দুখনৰ নাম কি?
উত্তৰ : ৰামায়ণ আৰু মহাভাৰত।
8) প্ৰশ্ন : দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন?
উত্তৰ : চুলতানা ৰেজিয়া।
9) প্ৰশ্ন : আশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি?
উত্তৰ : ব্ৰাহ্মী আৰু খৰোস্থী লিপি।
10) প্ৰশ্ন : জৈন ধৰম প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ : দুটা ; হীনযান আৰু মহাযান।
11) প্ৰশ্ন : মুছলমান সকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ : দুটা ; চিয়া আৰু চুন্নী।
12) প্ৰশ্ন : কোনে ময়ুৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল?
উত্তৰ : নাদিৰ চাহে।
13) প্ৰশ্ন : ভাৰতৰ ‘লৈহমানৱ’ কোন?
উত্তৰ : চৰ্দাৰ বল্লভ ভাই পেটেল।
14) প্ৰশ্ন কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?
উত্তৰ : ১৯৫৪ চনত।
15) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ : শ্ৰীমাভো বন্দৰ নায়ক (শ্ৰীলংকা)।
16) প্ৰশ্ন : এক লাখ ইহুদীক হত্যা কৰি ইতিহাসৰ পাত কলংকিত কৰা ব্যক্তি তথা শাসক জন কোন আছিল?
উত্তৰ : এডলফ্ হিটলাৰ (জাৰ্মানী)।
17) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনখন?
উত্তৰ : মৃত সাগৰ।
18) প্ৰশ্ন : ‘চিন্লু’ কি?
উত্তৰ : জাপানৰ এটা প্ৰাচীন জাতিগোষ্ঠী।
19) প্ৰশ্ন : ‘বগা মানুহৰ কবৰ’ (White Man’s Grave) কাক কোৱা হয়?
উত্তৰ : গিনি কোৰ্ট।
20) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনখন?
উত্তৰ : মুছলিম ইউনিভাৰচিটি অৱ কাইৰন মৰক্কোৰ ফেজ চহৰত। স্থাপিত খৃঃ পূঃ ৮৫৯।
21) প্ৰশ্ন : ফৰাচী বিপ্লৱৰ জন্মদাতা কোন?
উত্তৰ : ৰুচো।
21) প্ৰশ্ন : কোন দেশৰ লিখিত সংবিধান নাই?
উত্তৰ : ইংলেণ্ডৰ।
22) প্ৰশ্ন : খ্ৰীষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে?
উত্তৰ : ১৪৯২ চনত।
23) প্ৰশ্ন : কোন ন’বেল বঁটা বিজয়ী আততায়ীৰ হৰ্তত নিহত হৈছিল?
উত্তৰ : মাৰ্টিন লুথাৰ কিওং।
24) প্ৰশ্ন : এচিয়ান ডেভেলপ১মেণ্ট বেংকৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?
উত্তৰ : ফিলিপাইনৰ ৰাজধানী মেনিলাত।
25) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ : জৰ্জ ৱাচিংটন।
26) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক’ত আছে?
উত্তৰ : গ্ৰীণউইচৰ মান মন্দিৰত।
27) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্টই ভেটো প্ৰদান কৰিব পাৰে?
উত্তৰ : পাঁচখন, আমেৰিকা, ৰাচিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে।
28) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে?
উত্তৰ : জাপানত।
29) প্ৰশ্ন : বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ ‘কিউবা’ বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সশস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নায়ক তথা বৰ্ত্তমানৰ ৰাষ্ট্ৰনায়কজনৰ নাম কি?
উত্তৰ : ফিদেল কেষ্ট্ৰো
30) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ : ৰাষ্ট্ৰপতি(বৰ্তমান ৰাউল কেষ্ট্ৰো)।
Important Links :
Previous Assam TET Important Question : Click Here
Assam TET Online Mock Test Link : Click Here