Assam TET 2019 EVS 15 Question- Assam TET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
১/ কেনেধৰণৰ খাদ্য ই খাদ্য নলী পৰিষ্কাৰ ৰখাত সহায় কৰে?
A. আঁহযুক্ত
B. স্নেহ- পদাৰ্থ- জাতীয়
C. প্ৰ'টিন - জাতীয়
D. শৰ্কৰা- জাতীয়
B. স্নেহ- পদাৰ্থ- জাতীয়
C. প্ৰ'টিন - জাতীয়
D. শৰ্কৰা- জাতীয়
Ans- a
২/ প্ৰকৃতিৰ বৃক্ক বুলিলে কি বুজায়?
A. নদী
B. বিল
C. তৃণভূমি
D. জলাহ ভূমি
B. বিল
C. তৃণভূমি
D. জলাহ ভূমি
Ans- c
৩/ কি বস্তু ৰ জৈৱ- অৱনমন নহয়?
A. কাগজ
B. পলিথিন
C. হাড়
D. পৰুৱা
B. পলিথিন
C. হাড়
D. পৰুৱা
Ans- b
৪/ পৰিৱেশ ৰ কি তিনিটা উপাদানৰ অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়?
A. বায়ু, পানী আৰু খাদ্য
B. বায়ু, পানী আৰু মাটি
C. বায়ু, পানী আৰু কাপোৰ
D. বায়ু,পানী আৰু আশ্ৰয়
B. বায়ু, পানী আৰু মাটি
C. বায়ু, পানী আৰু কাপোৰ
D. বায়ু,পানী আৰু আশ্ৰয়
Ans- b
৫/ উদ্ভিদ ৰ কাৰণে কোনবিধ মাটিৰ সংমিশ্ৰণ উত্তম
A. বালি চহীয়া, হিউমাছ আৰু শিলগুটি
B. বালি চহীয়া আৰু শিলগুটি
C. আলতীয়া আৰু শিলগুটি
D. বালি চহিয়া, হিউমাছ আৰু আলতীয়া
B. বালি চহীয়া আৰু শিলগুটি
C. আলতীয়া আৰু শিলগুটি
D. বালি চহিয়া, হিউমাছ আৰু আলতীয়া
Ans- d
৬/ কিহৰদ্বাৰা জীৱসমূহৰ সংখ্যা,প্ৰকাৰ আৰু ভিন্নতা বুজোৱা হয়?
A. প্ৰাণী বৈচিত্ৰ্য
B. উদ্ভিদ বৈচিত্ৰ্য
C. জৈৱ- বৈচিত্ৰ্য
D. পৰিস্থিতি বৈচিত্ৰ্য
B. উদ্ভিদ বৈচিত্ৰ্য
C. জৈৱ- বৈচিত্ৰ্য
D. পৰিস্থিতি বৈচিত্ৰ্য
Ans- c
৭/ সেউজ - গৃহ পৰিঘটনা প্ৰধান কাৰণ কি?
A. বায়ু প্ৰদূষণ
B. জল প্ৰদূষণ
C. ভূমি প্ৰদূষণ
D. পৰিৱেশ প্ৰদূষণ
B. জল প্ৰদূষণ
C. ভূমি প্ৰদূষণ
D. পৰিৱেশ প্ৰদূষণ
Ans- a
৮/ লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি ৰোগ হয়?
A. ৰক্তহীনতা
B. অন্ধতা
C. কলেৰা
D. ৰক্তচাপ
B. অন্ধতা
C. কলেৰা
D. ৰক্তচাপ
Ans- a
৯/ পানীৰ যোগেদি সংক্ৰমণ হোৱা এবিধ ৰোগ হৈছে
A. টাইফয়ড
B. ইনফ্লুৱেঞ্জা
C. কেন্সাৰ
D. ৰক্তহীনতা
B. ইনফ্লুৱেঞ্জা
C. কেন্সাৰ
D. ৰক্তহীনতা
Ans- a
১০/ সোণালী বান্দৰ কি প্ৰকাৰৰ প্ৰাণী
A. নিশ্চিহ্ন
B. সংকতাপন্ন
C. জনপ্ৰিয়
D. গুৰুত্বপূৰ্ণ
B. সংকতাপন্ন
C. জনপ্ৰিয়
D. গুৰুত্বপূৰ্ণ
Ans- b
১১/ ঘৰুৱা আৱৰ্জনা ৰ পৰা কেঁচু সাৰ তৈয়াৰ কৰাত কিহে সহায় কৰে?
A. পতংগ
B. ভাইৰাছ
C. কেচুৱে
D. ভেঁকুৰ
B. ভাইৰাছ
C. কেচুৱে
D. ভেঁকুৰ
Ans- c
১২/ নিম্ন লিখিত কোনটো পৰিৱেশ ৰ জৈৱিক কাৰক
A. উৎপাদক
B. উপভোক্তা
C. বিযোজক
D. ওপৰৰ সকলো
B. উপভোক্তা
C. বিযোজক
D. ওপৰৰ সকলো
Ans- d
১৩/ জীৱ দেহৰ জৈৱ ৰাসায়নিক পৰিঘটনাবোৰৰ বাবে অত্যাৱশ্যকীয় হৈছে
A. বায়ু
B. পানী
C. খাদ্য
D. ওপৰৰ সকলো
B. পানী
C. খাদ্য
D. ওপৰৰ সকলো
Ans- b
১৪/ সংস্কৃতি আৰু পৰম্পৰা ই তলত কোনটো বিষয়ত অৰিহণা যোগায়
A. সামাজিক ভুল বুজাবুজি
B. নৈতিকতা ৰ অৱনতি
C. সামাজিক ঐতিহ্য আৰু পৰিচয়
D. অৰ্থনৈতিক উন্নয়ন ত বাধা
B. নৈতিকতা ৰ অৱনতি
C. সামাজিক ঐতিহ্য আৰু পৰিচয়
D. অৰ্থনৈতিক উন্নয়ন ত বাধা
Ans- c
১৫/ তলত কোনটো বহি: ষ্টানিক সংৰক্ষন ব্যৱস্থা
A. জিন বেংক
B. উদ্ভিদ উদ্যান
C. চিৰিয়াখানা
D. ওপৰৰ সকলো
B. উদ্ভিদ উদ্যান
C. চিৰিয়াখানা
D. ওপৰৰ সকলো
Ans- D
Previous Assam TET Important Question CLick Here