Assam TET 2019 CDP & EVS Important Question and Answer
এটা শিশুৰ শিক্ষন ক্ষমতা নিৰ্ভৰ কৰে---
A. জ্ঞানৰ ওপৰত
B. প্ৰজ্ঞাৰ ওপৰত
C. পঢ়া - শুনা ৰ ওপৰত
D. বুদ্ধি ৰ ওপৰত
B. প্ৰজ্ঞাৰ ওপৰত
C. পঢ়া - শুনা ৰ ওপৰত
D. বুদ্ধি ৰ ওপৰত
Ans- d
শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হব পাৰে--
A. আনুষ্ঠানিক
B. অনানুষ্ঠানিক
C. A,b দুয়োটাই শুদ্ধ
D. এটাও নহয়
B. অনানুষ্ঠানিক
C. A,b দুয়োটাই শুদ্ধ
D. এটাও নহয়
Ans- c
শিক্ষণ প্ৰক্ৰিয়াই পৰিশোধন কৰিব পাৰে---
A. আচৰণৰ
B. ঘৰুৱা কাৰ্য
C. শ্ৰেণীৰ কাৰ্য
D. সামাজিক কাৰ্য
B. ঘৰুৱা কাৰ্য
C. শ্ৰেণীৰ কাৰ্য
D. সামাজিক কাৰ্য
Ans- a
আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকোঁ বুলি শিকা খিনিকে কোৱা হয়--
A. সচেতন শিক্ষণ
B. সচেতন শিক্ষণ
C. মূৰ্ত শিক্ষণ
D. বিমূৰ্ত শিক্ষণ
B. সচেতন শিক্ষণ
C. মূৰ্ত শিক্ষণ
D. বিমূৰ্ত শিক্ষণ
Ans- a
শিক্ষণৰ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ
প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ ----
প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ ----
A. ৱাটচনে
B. কহলাৰে
C. থৰ্ন ডাইকে
D. পেভেলভে
B. কহলাৰে
C. থৰ্ন ডাইকে
D. পেভেলভে
Ans- c
শিক্ষণ কাৰ্য ক এটা প্ৰধান অংগ বোলা হয়-
A. স্কুল
B. সমাজৰ
C. জীৱনৰ
D. পৰিয়াল
B. সমাজৰ
C. জীৱনৰ
D. পৰিয়াল
Ans- c
শিক্ষণ প্ৰক্ৰিয়া ক স্থায়ী ৰূপ প্ৰদান ত সহায় কৰে-
A. প্ৰচেষ্টা
B. আগ্ৰহে
C. অভ্যাস
D. অৱদমনে
B. আগ্ৰহে
C. অভ্যাস
D. অৱদমনে
Ans- c
শিক্ষণৰ প্ৰধান উপাদান--
A. এটা
B. দুটা
C. তিনিটা
D. চাৰিটা
B. দুটা
C. তিনিটা
D. চাৰিটা
Ans- c
শিক্ষণৰ মূল উপাদান হল-
A. মনোবৈজ্ঞানিক উপাদান
B. দৈহিক
C. পাৰিপাৰ্শ্বিক
D. আটাই কেইটা শুদ্ধ
B. দৈহিক
C. পাৰিপাৰ্শ্বিক
D. আটাই কেইটা শুদ্ধ
Ans- d
শিক্ষণৰ অনুবন্ধন বাদ তত্ব ৰ উদ্ভাৱক আছিল-
A. ৱাৰ্থিমৰ
B. পেভলভ
C. ৱাটছন
D. কাফকা
B. পেভলভ
C. ৱাটছন
D. কাফকা
Ans- b
পৃথিৱীৰ জলমণ্ডল ত-
A. পানীৰ ভাণ্ডাৰ থাকে
B. জীৱৰ ভাণ্ডাৰ থাকে
C. অকল উদ্ভিদ থাকে
D. প্ৰাণী থাকে
B. জীৱৰ ভাণ্ডাৰ থাকে
C. অকল উদ্ভিদ থাকে
D. প্ৰাণী থাকে
Ans-A
পৃথিৱীৰ জলবায়ু কি গেছৰ গাঢ়তা বৃদ্ধি হোৱা কাৰণে সংকতাপন্ম হৈছে-
A. কাৰ্বন- ডাই - অক্সাইড
B. নাইট্ৰ'জেন
C. এম'নিয়া
D. অক্সিজেন
B. নাইট্ৰ'জেন
C. এম'নিয়া
D. অক্সিজেন
Ans- a
ভাৰতত কোন অঞ্চলত বৰ্ষাৰণ্য আছে
A. আন্দামান
B. দাৰ্জিলিং
C. কৰ্ণাটক
D. জম্মু
B. দাৰ্জিলিং
C. কৰ্ণাটক
D. জম্মু
Ans- a
পৃথিৱীত কাৰ্বন- ডাই- অক্সাইড নথকা হেঁতেন ভূ- পৃষ্ঠাৰ উষ্ণতা কেনে হ'ল হেঁতেন
A. একে থাকিল হেঁতেন
B. কমি গ'লহেঁতেন
C. বাঢ়ি গ'লহেঁতেন
D. অনিশ্চয়
B. কমি গ'লহেঁতেন
C. বাঢ়ি গ'লহেঁতেন
D. অনিশ্চয়
Ans- c
তলত দিয়া কোনটো বিকল্প শক্তিৰ উৎস নহয়?
A. ৰন্ধন গেছ
B. সৌৰশক্তি
C. জৈৱ ইন্ধন
D. জৈৱ অপচয় ৰ পৰা উৎপাদিত শক্তি
B. সৌৰশক্তি
C. জৈৱ ইন্ধন
D. জৈৱ অপচয় ৰ পৰা উৎপাদিত শক্তি
Ans- a
তলত দিয়া কোনটো পদাৰ্থ খাদ্যত থকাটো অত্যাৱশ্যকীয় নহয়?
A. শ্বেত সাৰ
B. চৰ্বি
C. অম্লকাৰক
D. ভিটামিন
B. চৰ্বি
C. অম্লকাৰক
D. ভিটামিন
Ans- c
তলত দিয়া কণবিধ সাৰ জীৱ সাৰ নহয়?
A. ৰাইজ বিয়া
B. ইউৰিয়া
C. এ'জবেক্তাৰ
D. নীলা- সেউজীয়া শেলাই
B. ইউৰিয়া
C. এ'জবেক্তাৰ
D. নীলা- সেউজীয়া শেলাই
Ans- b
তলত দিয়া কোনটো ইন্ধন পেট্ৰোলিয়াম ৰ পৰা প্ৰস্তুত কৰা হয়?
A. পেট্ৰ'ল
B. ডিজেল
C. ক'ক
D. কেৰাচিন
B. ডিজেল
C. ক'ক
D. কেৰাচিন
Ans- c
ৰন্ধন গেছৰ মুখ্য উপাদান কি
A. মিথেন
B. ইথেন
C. প্ৰপেন
D. বিউটেন
B. ইথেন
C. প্ৰপেন
D. বিউটেন
Ans- d
কি উদ্ভিদৰ পৰা জৈৱ ডিজেল উৎপন্ন কৰিব পাৰি?
A. ভোট এৰা
B. বাঁহ
C. কলগছ
D. গমাৰি
B. বাঁহ
C. কলগছ
D. গমাৰি
Ans- a
আধুনিক কৃষি পদ্ধতি ৰ কি প্ৰভাৱ পানীৰ ওপৰত পৰিছে?
A. অতি পুষ্টিকৰণ
B. অতি চৰণ
C. বায়ু প্ৰদূষণ
D. খাদ্য শস্যৰ আকাল
B. অতি চৰণ
C. বায়ু প্ৰদূষণ
D. খাদ্য শস্যৰ আকাল
Ans- a